বিজিত ❤️ নিতাশ্ৰী লহকৰ
দুটা হৃদয়,
এটি নতুন যাত্ৰা
আমাৰ জীৱনৰ আটাইতকৈ বিশেষ দিনটোৰ তাৰিখটো জানিবলৈ তলৰ কাৰ্ডখন লাহেকৈ scratch কৰক।
🌸 শুভ বিবাহ 🌸
দৰা
কইনা
পৰমেশ্বৰৰ কৃপা আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে আমাৰ জীৱনৰ এক নতুন অধ্যায়ৰ শুভাৰম্ভ কৰিবলৈ
ওলাইছোঁ।
এই শুভ ক্ষণত আপোনালোকৰ উপস্থিতি আৰু আশীৰ্বাদে আমাৰ আনন্দক পূৰ্ণতা দিব।
সেয়েহে আমাৰ শুভ বিবাহ অনুষ্ঠানত আপোনাক আৰু আপোনাৰ পৰিয়ালক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।
আমাৰ এই শুভ যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ।
গাঁও - বিছেন্নালা
ডাকঘৰ - জামতোলা
পিন - ৭৮১৩৬৫
জিলা - কামৰূপ (অসম)
দূৰভাষ - ৮৭৬১৮৭৩৮২৮
আপোনাৰ উপস্থিতি আমাৰ বাবে এক বিশেষ আশীৰ্বাদ। অনুগ্ৰহ কৰি আপোনাৰ উপস্থিতিৰ বিষয়ে জনাব।